अर्थ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
उदाहरण :
মোৰ ডিঙিটো টানি ধৰিছে
पर्यायवाची : পাক খোৱা, মোচোকা খোৱা, লাগি ধৰা
अर्थ : অনুচিতভাৱে লোৱা
उदाहरण :
মন্দিৰ সজাৰ নামত তেওঁ এহেজাৰ টকা জোৰ কৰি লʼলে
पर्यायवाची : জোৰ কৰা, জোৰ-জবৰদস্তি লোৱা