पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से টীকা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

টীকা   বিশেষ্য

अर्थ : কোনো ৰোগ প্রতিৰোধ কৰিবৰ কাৰণে সেই ৰোগৰ বীজাণুৰ জুলীয়া অংশ বেজিৰ দ্বাৰা সুমুৱাই দিয়া কার্য

उदाहरण : কিছুমান মৃত্যু ঘটোৱা ৰোগৰ পৰা বাচিবৰ কাৰণে লʼৰা-ছোৱালীবোৰক টীকাকৰণ কৰা হয়

पर्यायवाची : টীকাকৰণ

अर्थ : গূঢ় কথা বা বাক্য বিস্তৃত আৰু স্পষ্টভাৱে বর্ণ্্না কৰা কোনো লেখা

उदाहरण : এই গ্রন্থখনৰ গূঢ় বাক্যবোৰ বুজিবৰ কাৰণে ঠায়ে-ঠায়ে টীকা দিয়া আছে

पर्यायवाची : টিপ্পনী

अर्थ : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ

उदाहरण : মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে

पर्यायवाची : টিপ্পনী, টীকা-টিপ্পনী

चौपाल