सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : গোপন কথা ফাদিল কৰা ব্যক্তি বা কথা লগাই ফুৰা ব্যক্তি
उदाहरण : টুটকীয়ালোকৰ কাৰণে কেতিয়াবা কেতিয়াবা পাৰস্পৰিক সম্বন্ধৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়
पर्यायवाची : কথা লগনীয়া, টুটকীয়া মানুহ, লগনিয়াৰ
अर्थ : কথা লগাই ফুৰোঁতা
उदाहरण : টুটকীয়া ব্যক্তিয়ে সদায় টুটকীয়ালি কৰি ফুৰে
पर्यायवाची : লগনীয়া
इंस्टॉल करें