सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
उदाहरण : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
पर्यायवाची : আনন, গঢ়, চেহেৰা, বদন, মুখ, ৰূপ
अर्थ : যিয়ে ছল বা ধূর্ত্্তাৰে আনৰ মালবস্তু লয়
उदाहरण : মোহন বহুত ডাঙৰ ঠগ, তাৰ পৰা বাচি থাকিবা
पर्यायवाची : প্রবঞ্চক, প্রৱঞ্চক
अर्थ : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
उदाहरण : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
पर्यायवाची : ধূর্ত, প্রতাৰক, প্রৱঞ্চক, ্ছলনাকাৰী
इंस्टॉल करें