पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ঠাট্টা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ঠাট্টা   বিশেষ্য

अर्थ : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য

उदाहरण : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে

पर्यायवाची : ইতিকিং, উপহাস, উপহাস্যতা, পেংলাই, পৰিহাস, ভেঙুচালি

अर्थ : কাৰোবাক আমনি দিবলৈ, দুখী কৰিবলৈ বা তুচ্ছ আদি জ্ঞান কৰিবলৈ আওপকীয়াকৈ কোৱা কোনো কথা যি বিপৰীত ৰূপত উক্ত প্রকাৰৰ অভিপ্রায় প্রকাশ কৰে

उदाहरण : আজিকালিৰ নেতাই অন্য নেতাক উপহাস কৰাত পাকৈত

पर्यायवाची : উপহাস, ব্যংগ, ব্যঙ্গ

चौपाल