पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ঠাট্টা কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ঠাট্টা কৰা   বিশেষ্য

अर्थ : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা

उदाहरण : তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে

पर्यायवाची : বিদ্রূপ কৰা, ব্যঙ্গ কৰা

ঠাট্টা কৰা   ক্ৰিয়া

अर्थ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা

उदाहरण : তেওঁ ্সদায় আনৰ নিন্দা কৰে

पर्यायवाची : আঙুলি উঠোৱা, থু থু কৰা, নিন্দা কৰা, বেয়া কৰা

अर्थ : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা বা তেওঁৰ ্বেয়া কৰা

उदाहरण : ৰামুৱে সদায় আনৰ উপহাস কৰি ভাল পায়

पर्यायवाची : উপহাস কৰা

अर्थ : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়

उदाहरण : মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে

पर्यायवाची : ব্যঙ্গ কৰা

अर्थ : কাৰোবাক নিজৰ ব্যঙ্গাত্মক কথাৰে মর্মাহত কৰা

उदाहरण : পৰীক্ষাত ভাল ফলাফল লাভ নকৰা কাৰণে ৰিতুক সকলোৱে ইতিকিং কৰিছিল

पर्यायवाची : ইতিকিং কৰা, ইয়ার্কি কৰা, কটাক্ষ কৰা, পেংলাই কৰা, বিদ্রুপ কৰা, ব্যঙ্গোক্তি কৰা, লাজ দিয়া

चौपाल