सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
उदाहरण :
पर्यायवाची : জাৰ, শীত, শৈত্য
अर्थ : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
उदाहरण : ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
पर्यायवाची : শান্ত
अर्थ : যিটো জ্বলি বা দগ্ধহৈ যোৱা নাই
उदाहरण : জুইকুৰা লাহে-লাহে ঠাণ্ডা হৈ গʼল
अर्थ : যি উষ্ণ নহয়
उदाहरण : পথিকে নদীৰ ঠাণ্ডা পানী খাই আছে
पर्यायवाची : শীতল
अर्थ : যʼত শীতলতা আছে
उदाहरण : কালি আবেলি ঠাণ্ডা বতাহ বলিছিল
पर्यायवाची : শীতল, ্ চেঁ্চা
अर्थ : ৰং সিদ্ধান্ত অনুসৰি শীতলতা প্রদান কৰোতা
उदाहरण : নীলা এক শীতল ৰং
इंस्टॉल करें