अर्थ : খুব ভালকৈ ভৰি থকা
उदाहरण :
এই মোনাটো সূতাৰে ঠাহ খাই আছে
अर्थ : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
उदाहरण :
ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
अर्थ : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
उदाहरण :
ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
पर्यायवाची : ভর্তি হোৱা, ভৰি থকা