पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ঠিক কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ঠিক কৰা   ক্ৰিয়া

अर्थ : ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া

उदाहरण : ঘড়ীমিস্ত্রীজনে ঘড়ী মেৰামতি কৰি আছে

पर्यायवाची : বাতা, মেৰামতি কৰা

अर्थ : দোষ-ত্রুতি আদি দূৰ কৰি ঠিক বা ভাল অৱস্থালৈ অনা বা কামৰ কাৰণে যোগ্য কৰি তোলা কার্য

उदाहरण : শিক্ষক মহোদয়ে আমি লিখা লেখাবোৰ সংশোধন কৰি দিছে

पर्यायवाची : ভাল কৰা, শুদ্ধ কৰা, সংশোধন কৰা, সংস্কাৰ কৰা

अर्थ : ভাড়াত কোনো যান-বাহন আদি লোৱা

उदाहरण : আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ

पर्यायवाची : লোৱা

अर्थ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

उदाहरण : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

पर्यायवाची : কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা

अर्थ : কোনো কার্য আদিৰ কাৰণে কথা ঠিক কৰা

उदाहरण : তেওঁ ঘৰটোৰ বন্দোবস্তি সস্তাত ঠিক কৰিলে

चौपाल