अर्थ : বস্তু-বাহানি আদি লুটপাত কৰিবৰ কাৰণে দল বান্ধি কৰা আক্রমণ
उदाहरण :
যোৱা সপ্তাহত ইয়াত এখন দোকানত ডকাইতি হৈছিল
अर्थ : পথচাৰীৰ পৰা বস্তু-বাহানি লুটপাত কৰা কার্য
उदाहरण :
এই ৰাস্তাটোত বেছিভাগ ডকাইতি হয়
पर्यायवाची : চুৰি
अर्थ : কাৰোবাৰ পৰা বলপূর্বকভ্াৱে বা ডকা-হকা দি কোনো বস্তু লোৱা কার্য
उदाहरण :
এই পথত ডকাইতে পথিকক ডকাইতি কৰে
पर्यायवाची : অপহৰণ কৰা, লুট কৰা, লুট-পাত কৰা