सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ কোনো অৱয়ব বা অংশ ওচৰে-ওচৰে থাকে বা ইটো-সিটো লগলাগি থাকে
उदाहरण : চিকাৰ ঘন জংঘলত সোমাই গʼল আৰু চিকাৰী শুদা হাতে উলটি আহিল
पर्यायवाची : গহন, ঘন
अर्थ : তলৰ পৰা ওপৰলৈকে সমান আকাৰৰ অবয়ব
उदाहरण : চালত ডাঠ বৰফ জমা হৈছে
पर्यायवाची : মোটা
इंस्टॉल करें