पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से তলা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

তলা   বিশেষ্য

अर्थ : নিৰাপদৰ কাৰণে বাকচ, আলমাৰি, ঘৰ-দুৱাৰ আদিৰ খাৰুৱাত লগোৱা এবিধ ধাতুৰ সৰঞ্জাম

उदाहरण : চাবিপাত হেৰুৱা কাৰণে মই বাকচটোৰ তলা ভাগিব লগীয়া হʼল

पर्यायवाची : তলা-চাবি

अर्थ : বহু তৰপীয়া ঘৰৰ ওপৰ-তল হিচাপত সজা কোঠাৰ স্তৰ

उदाहरण : মোৰ ঘৰ সাত নম্বৰ মহলাত আছে

पर्यायवाची : ফ্লʼৰ, মহলা

अर्थ : কিছুমান আভূষণৰ মূৰত জোৰা লগোৱাৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পেচযুক্ত বস্তু বিশেষ

उदाहरण : কাণফুলিৰ পেচটো কʼৰবাত সৰি পৰিল

पर्यायवाची : পেচ

তলা   বিশেষণ

अर्थ : মহলা বা খলপাযুক্ত

उदाहरण : মহানগৰত বহুমহলীয়া ঘৰ বহুত দেখিবলৈ পোৱা যায়

पर्यायवाची : মহলীয়া

चौपाल