सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু আদিৰ তলৰ অংশ
उदाहरण : এই বাচনটোৰ তলিত ফুটা আছে
अर्थ : জলাশয়ৰ তলৰ ভূমি
उदाहरण : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
पर्यायवाची : তল
अर्थ : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
उदाहरण : লোটাটোৰ তলিত গেদ জমা হৈছে
अर्थ : কোনো বস্তু আদিৰ তল অংশ
उदाहरण : তেওঁ গছৰ তলিত বহি আছে
इंस्टॉल करें