अर्थ : কাৰোবাৰ পৰা নিজৰ প্রাপ্য ধন আদায় কৰিবলৈ বা আৱশ্যকীয় কাম কৰিবলে স্মৰণ কৰোৱা কার্য
उदाहरण :
কেইবাবাৰো তাগিদা দিয়াৰ পিছতো তেওঁ ্মোৰ পইচাখিনি নিদিলে
पर्यायवाची : খটিয়নি
अर्थ : এনেকুৱা অনুৰোধ বা আদেশ যাক পালনৰ কাৰণে বাৰম্বাৰ কৈ থকা হৈছে
उदाहरण :
মালিকে চাকৰক তাগিদা দিলে যে বলদহালক কেৱল ভুচিহে খুৱাব লাগে
पर्यायवाची : তাগাদা