पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से তাল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

তাল   বিশেষ্য

अर्थ : কাঁইটীয়া বৃক্ষৰ পৰা পোৱা এবিধ গোল ডাঙৰ ফল যাৰ সাৰভাগ কোমল হয়

उदाहरण : বেলৰ চৰবত পেটৰ বাবে উপকাৰী

पर्यायवाची : বিল্ব, বেল, শ্রীফল

अर्थ : শাখা-প্রশাখাহীন স্তম্ভৰ দৰে থকা চিধা ওপৰলৈ বাঢ়ি যোৱা আৰু আগ অংশত ডাঙৰ ডাঙৰ পাত থকা এবিধ গছ

उदाहरण : তেওঁ ্ তাল গছৰ পৰা তাড়ি পানী উলিয়াইছে

पर्यायवाची : তাল গছ

अर्थ : নচা-গোৱা, বজোৱা আদিত তাৰ সময় আৰু ক্রিয়াৰ পৰিমাণ ঠিক ৰখাৰ এক উপকৰণ

उदाहरण : নর্তকীয়ে বাদকক নৃত্যৰ তাল বুজাই আছেএই ৰাগ তিনি তালৰ

अर्थ : নাম-প্রসঙ্গ, পূজা আদিত বজোৱা মঞ্জিৰাৰ দৰে গোলাকাৰ এবিধ ় কাঁহৰ যুৰীয়া বাদ্য

उदाहरण : নাম-কী্র্তনত ্ কেইবাযোৰো তাল বজাইছিল

पर्यायवाची : তূর্য, দামামা

चौपाल