अर्थ : যিটো আছে তাক বাদ দি
उदाहरण :
জ্বৰতো আছিলেই, তাৰোপৰি পেটটো বিষো হʼবলৈ ধৰিলে
पर्यायवाची : তাৰ বাহিৰেও
अर्थ : কোনো কথা বা কামৰ বাহিৰেও
उदाहरण :
এফালে ভুল কৰিবি তাৰোপৰি কান্দিবিও এইটো কিবা কথা হʼল !
पर्यायवाची : তদুপৰি