अर्थ : তিব্বতত থকা বা বসতি কৰা
उदाहरण :
তিব্বতী লামাসকলক আদৰণী জনাবলৈ সকলো থিয় হʼল
अर्थ : তিব্বতী ভাষা বা তিব্বতী ভাষাৰ সৈতে সম্বন্ধ থকা
उदाहरण :
তেওঁ তিব্বতী কাহিনীবোৰ বৰ ভাল পায়
अर्थ : তিব্বতৰ বা তিব্বত সম্বন্ধীয়
उदाहरण :
তিব্বতী মূলৰ সাত হাজাৰ শৰণার্থী ইয়ালৈ আহিল