पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से তিল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

তিল   বিশেষ্য

अर्थ : এজোপা উদ্ভিদ যাৰ গুটিৰ পৰা তেল ওলায়

उदाहरण : তিলৰ বীজ পূজা, জজ্ঞ আদিৰ কামত আহে

अर्थ : চালত নিজে নিজে হোৱা কʼলা বা ৰঙা ৰঙৰ এবিধ সৰু চিহ্ন বা দাগ

उदाहरण : তেওঁৰ ্ গালত কʼলা তিল আছে

अर्थ : নাৰীয়ে কʼলা ফোটৰ আকাৰত গাল, ঠুতৰি আদিত বিন্ধাই বনাই লোৱা চিহ্ন

उदाहरण : সীতাই নিজৰ গালত টেটু অঁ্কা তিৰোতাৰ দ্বাৰা তিল বনোৱাই আছে

पर्यायवाची : বিউটি স্পট

अर्थ : এজোপা উদ্ভিদৰ বীজ যাৰ পৰা তেল উলিওৱা হয়

उदाहरण : তেওঁ প্রতিদিন গা ধোৱাৰ পিছত তিলৰ তেল লগায়

चौपाल