पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से তিৰস্কাৰ কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

তিৰস্কাৰ কৰা   ক্ৰিয়া

अर्थ : কাৰোবাক বেয়া কথা কোৱা

उदाहरण : তেওঁ ্ আধা ঘণ্টা ধৰি গালি পাৰি আছে

पर्यायवाची : কটুক্তি কৰা, গালি দিয়া, গালি পৰা, বকা, বকি থকা, বিতণ্ডা কৰা, বি্কর্থ্্না কৰা, লণ্ডাটিকা কৰা

अर्थ : কাৰোবাৰ মান-সন্মান বা প্রতিষ্ঠাত হানি হোৱাকৈ কৰা কাম বা কথা

उदाहरण : তেওঁ ্ মোক সকলোৰে সন্মুখত অপমান কৰিলে

पर्यायवाची : অনাদৰ কৰা, অপমান কৰা, অপমানিত কৰা

अर्थ : অৱজ্ঞা বা তিৰস্কাৰপূর্বক ্কোনো টান কথা কোৱা

उदाहरण : শ্যামে টকা বিচৰাত দেউতাকে তেওঁক তিৰস্কাৰ কৰিলে

चौपाल