पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से তিৰী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

তিৰী   বিশেষ্য

अर्थ : কাৰোবাৰ বিবাহিতা নাৰী:তেওঁৰ দৰে তেওঁৰ পত্নীগৰাকীও বিদূষী শ্যামৰ ঘৈণীয়েক কামত বৰ পাকৈত

उदाहरण :

पर्यायवाची : অর্ধাংগিনী, গৃহলক্ষ্মী, গৃহিনী, ঘৈণী, জীৱন-লগৰী, জীৱন-সঙ্গিনী, তিৰোতা, দাৰা, পত্নী, পৰিবাৰ, বধু, ভার্যা, সধর্মিনী, সহধর্মিনী, স্ত্রী, ্ ধর্মপত্নী

अर्थ : মানৱ জাতিক ভাগ কৰা দুটা ভাগৰ যিটো ভাগে গর্ভধ্াৰণ কৰি সন্তান জন্ম দিব পাৰে:আজিকালি মহিলাই সকলো ক্ষেত্রতে পুৰুষৰ সমানে সমানে কাম কৰিছে

उदाहरण :

पर्यायवाची : অবলা, তিৰোতা, নাৰী, মহিলা, মাইকী, মানৱী, স্ত্রী

चौपाल