सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
उदाहरण :
पर्यायवाची : কাষ, কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
अर्थ : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা
उदाहरण : নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে
पर्यायवाची : পাৰ
अर्थ : ধনুৰ দ্বাৰা নিক্ষেপ কৰা ধাতু আদিৰে তৈয়াৰী এক প্রকাৰ মিহি আৰু দীঘল অস্ত্র
उदाहरण : কাঁড়ডাল লগাত চৰাইজনীয়ে ধৰ্ফৰাবলৈ ধৰিলে
पर्यायवाची : কাঁড়, কাঁৰ, বাণ, শৰ
इंस्टॉल करें