अर्थ : তুর্কিস্তানৰ অধিবাসী
उदाहरण :
তুর্কীসকলে ভাৰতৰ ওপৰত বাৰে-বাৰে আক্রমণ কৰিছিল
पर्यायवाची : তুর্কীস্তান বাসী, তুর্কীস্তান-বাসী
अर्थ : তুর্কী ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
उदाहरण :
শিক্ষাগুৰুৱে তুর্কী ্বর্ণৰ বিষয়ে বুজাই আছে
अर्थ : তুর্কীস্তানৰ বা তুর্কীস্তানৰ সৈতে সম্বন্ধ থকা
उदाहरण :
এই তুর্কী টুপিটো তুমি কʼত পালা
अर्थ : তুর্কিস্তানত বসবাস কৰোতা
उदाहरण :
ভাৰতত ভালেমান তুর্কী লোকে বসতি কৰি আছে
पर्यायवाची : তুর্কীস্তান বাসী, তুর্কীস্তানী