पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से তেজ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

তেজ   বিশেষ্য

अर्थ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

उदाहरण : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

पर्यायवाची : এনার্জি, ক্ষমতা, শক্তি

अर्थ : দুখ বা অঘটন ঘটাব পৰা মনৰ এনে এক উগ্র অৱস্থা যাৰ প্রৰোচনাত পৰি মানুহে উচিত অনুচিত বিচাৰ নকৰি যি কোনো কামেই কৰিব পাৰে:খং উঠিলে মানুহে যিকোনো অঘটন ঘটাব পাৰে

उदाहरण :

पर्यायवाची : অমর্ষণ, কোপ, কোপাগ্নি, কোপানল, ক্রোধ, ক্রোধন, ক্রোধাগ্নি, ক্রোধানল, খং, খং-জুই, খং-ৰাগ, গোছা, জঁক, জঁকি, জমক, তক, দ্বিতীয় ৰিপু, ফাই, ভমক, ্ অমর্ষ, ৰাগ, ৰোষ, ৰোষ-কোপ, ৰোষ-বহ্নি, ৰোষানল

अर्थ : তেজস্বী হোৱা ভাব

उदाहरण : তেজস্বিতাৰ কাৰণে মহাপুৰুষসকলৰ মুখমণ্ডল জিলিকি থাকে

पर्यायवाची : তেজস্বিতা

अर्थ : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ

उदाहरण : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল

पर्यायवाची : খুন, তেজকুৰ, লহু, লোহিত, শোণিত, ৰক্ত, ৰুধিৰ

अर्थ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

उदाहरण : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

पर्यायवाची : জোৰ, পৰাক্রম, বল, শকতি, শক্তি

चौपाल