अर्थ : তেলেঙ্গ ক্ষেত্রৰ অধিবাসী
उदाहरण :
চিকাগোত কেইজনমান পৰিচিত তেলেগুৰ সৈতে দেখা-সাক্ষাৎ হৈছিল
अर्थ : যি লিপিত তেলেগু ভাষা লিখা হয়
उदाहरण :
কুন্নুৰাণীয়ে তেলেগু পঢ়িবলৈ চেষ্টা চলাই আছে
पर्यायवाची : তেলেগু লিপি
अर्थ : তেলেঙ্গ অঞ্চলত প্রচলিত ভাষা
उदाहरण :
অন্ধ্রপ্রদেশত তেলেগু কথা কয়
अर्थ : তেলেঙ্গ অঞ্চলৰ বা তাৰ সৈতে সম্বন্ধ থকা
उदाहरण :
তেলেগু সংস্থাৰ দ্বাৰা আয়োজিত কার্যসূচী বহুত ভাল আছিল
अर्थ : তেলেগু ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
उदाहरण :
এইখন বহুত জনপ্রিয় তেলেগু চিনেমা
अर्थ : তেলেঙ্গ দেশত বসতি কৰোতা
उदाहरण :
তুমি এতিয়া তেলেগু লোকৰ সংস্থাৰ সদস্য কিয় নোহোৱা