सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সিজোৱা মচলাযুক্ত পনীয়া ভাজি
उदाहरण : ভাতৰ লগত তেওঁক এখন ্তৰকাৰী আৰু এখন শুকান ভাজি লাগেই
पर्यायवाची : পনীয়া ভাজি
अर्थ : ৰন্ধা পাচলি
उदाहरण : আলুৰে বিভিন্ন ধৰণৰ তৰকাৰী বনাব পাৰি
पर्यायवाची : চবজি, ভাজি
अर्थ : ৰুটি, ভাত আদিৰ লগত খাবৰ কাৰণে খাদ্যোপযোগী উদ্ভিদৰ ঠানি, ফল, কন্দ, শাক আদিৰে ৰন্ধা ব্যঞ্জন বিশেষ
उदाहरण : প্রিয়ম্বদাই ভেণ্ডীৰ তৰকাৰী ৰান্ধি আছে
पर्यायवाची : আঞ্জা, চ্্ব্জি
इंस्टॉल करें