पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से তৰমুজ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

তৰমুজ   বিশেষ্য

अर्थ : ছিঁৰালৰ নিচিনা এবিধ পানীৰ পৰিমাণ বেছি থকা ফল

उदाहरण : খেতিয়কে বালি মাটিত তৰমুজৰ খেতি কৰিছে

पर्यायवाची : তর্মুজ

अर्थ : এবিধ লতাজাতীয় গছৰ পৰা পোৱা গোলকাৰ খাদ্যফল

उदाहरण : গৰমত তৰমুজ বেছিকৈ পোৱা যায়

अर्थ : একপ্রকাৰৰ ডাঙৰ, গোলাকাৰ লাওজাতীয় খাদ্যোপযোগী ফল

उदाहरण : নদীৰ পাৰত বহুত তৰমুজৰ গছ আছে

पर्यायवाची : তৰবুজ

अर्थ : এবিধ ডাঙৰ, শকত আৰু গোলাকাৰ ফল যাৰ মঙহ ৰঙা আৰু গুটি কʼলা ৰঙৰ

उदाहरण : গৰমৰ দিনত তৰমুজ বহুত পোৱা যায়

चौपाल