अर्थ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
उदाहरण :
যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
पर्यायवाची : থাকি যোৱা
अर्थ : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া
उदाहरण :
ৰমা সেই কোঠাটোত আছে
अर्थ : বেয়া হৈ নোযোৱা
उदाहरण :
ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে
अर्थ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য
उदाहरण :
মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা
पर्यायवाची : নির্বাহ কৰা
अर्थ : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা
उदाहरण :
টেংকিত পানী আছে এই বটলত পানী আছে
अर्थ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
उदाहरण :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
पर्यायवाची : স্থিত হোৱা, হোৱা
अर्थ : কʼৰবাত আশ্রয় লোৱা
उदाहरण :
আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ