पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से থুওৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

থুওৱা   ক্ৰিয়া

अर्थ : বৰ ঘৃণা প্রকাশ কৰা

उदाहरण : তোমাৰ কর্মৰ ্ কাৰণেই আজি সকলোৱে তোমাক থু থু কৰে

पर्यायवाची : থু থু কৰা, থু পেলোৱা

अर्थ : বাৰে বাৰে থু পেলোৱা

उदाहरण : চাদা খাই তেওঁ থু থু কৰি আছে

पर्यायवाची : থু থু কৰা, থু পেলাই থকা, পিকোৱা

अर्थ : মুখেৰে থুই বা মুখত লোৱা কোনো বস্তু বাহিৰলৈ জোৰেৰে উলিয়াই দিয়া কার্য

उदाहरण : তেওঁ ্ পাণ খাই মোৰ চোলাটোতে থুৱাই দিলে

पर्यायवाची : থুই পেলোৱা, থুৱাই দিয়া, পিকোৱা

चौपाल