सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
उदाहरण : এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
पर्यायवाची : দক্ষতা
अर्थ : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়
उदाहरण : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে
पर्यायवाची : অধিকাৰ, স্বত্ব, হক
अर्थ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
उदाहरण : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
पर्यायवाची : সামর্থ্য, হাত
इंस्टॉल करें