अर्थ : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে
उदाहरण :
ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল
पर्यायवाची : ন্যায়াধীশ, মেজিষ্ট্রেট
अर्थ : দণ্ডাধীশ বা দণ্ডাধিকাৰীৰ পদ
उदाहरण :
মহেশে দণ্ডাধীশৰ বাবে আৱেদন কৰিছে
पर्यायवाची : দণ্ডাধিকাৰী