पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দফা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দফা   বিশেষ্য

अर्थ : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়

उदाहरण : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে

पर्यायवाची : অনুচ্ছেদ, পাৰাগ্রাফ, পেৰাগ্রাফ

अर्थ : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ

उदाहरण : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে

पर्यायवाची : বাৰ

अर्थ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে

उदाहरण : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়

पर्यायवाची : ধাৰা, নিয়ম

अर्थ : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম

उदाहरण : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম

पर्यायवाची : কিস্তি, খেপ, বাৰ

चौपाल