अर्थ : একো কৰিব নোৱাৰাকৈ কিহবাৰ ওপৰত যোৰ বা বল প্রয়োগ কৰা কার্য
उदाहरण :
গুণ্ডাবোৰে গোটেই বস্তীবাসীক ডাবি-ধমকি দি দবাই ৰাখিছে
पर्यायवाची : দবোৱা
अर्थ : কোনো কথাক বাঢ়িবলৈ নিদিয়া
उदाहरण :
হত্যাৰ বিষয়টোক আদালতলৈ যোৱাৰ আগতে দবাই ৰাখিলে
पर्यायवाची : হেঁচি ৰখা