अर्थ : কাৰোবাৰ পৰা কিবা বস্তু বিচাৰি দিয়া পত্র
उदाहरण :
তেওঁৰ আবেদন পত্র ন্যায়ালয়ে নাকচ কৰিলে
पर्यायवाची : আবেদন, আবেদন পত্র, আর্জী
अर्थ : নিজৰ অৱস্থাৰ কথা লিখি বা প্রার্থন্া জনাই দিয়া পত্র:মই ছুটি বিচাৰি আবেদন-পত্র দাখিল কৰিছো
उदाहरण :
पर्यायवाची : আপিল, আবেদন, আবেদন-পত্র, আর্জী, আৰজ, দৰখাস্ত, প্রার্থন্া-পত্র