अर्थ : টকা-পইচা সংগ্রহ কৰা পাত্র বিশেষ
उदाहरण :
তেওঁ ্সদায় দানপাত্রত দহ টকা দিয়ে
पर्यायवाची : দান-পাত্র
अर्थ : লোহা বা কাঠেৰে সজা একধৰণৰ বাকচ যাক সার্বজনীন বা ৰাজহুৱা স্থান আদিত দান কৰা ধন ৰাখিবৰ কাৰণে থোৱা হয়
उदाहरण :
তেওঁ ্দানপাত্রত এশ টকা দিলে
पर्यायवाची : দান-পাত্র
अर्थ : দান পোৱা উপযুক্ত ব্যক্তি
उदाहरण :
দান সদায় দানপাত্রতহে দিয়া উচিত