अर्थ : পশু-পক্ষী আদিক দিয়া খাদ্য বস্তু
उदाहरण :
তেওঁ মুর্গীক দানা দি আছে খেতিয়কজনে বলদ হালৰ কাৰণে দানা আনিহলৈ গৈছে
अर्थ : শস্যৰ পৰা উলিওৱা অংশ
उदाहरण :
চিকাৰীটোৱে গছৰ তলত দানা সিঁচি দিলে
पर्यायवाची : শস্যৰ গুটি, শস্যৰ বীজ
अर्थ : পশুৱে খোৱা ঘাঁহ, ভুচি আদি
उदाहरण :
তেওঁ গৰুৰ ্কাৰণে দানা আনিবলৈ গৈছে