पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দাৰু शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দাৰু   বিশেষ্য

अर्थ : এবিধ নিচাযুক্ত জুলীয়া পদার্থ ্ যাক বিভিন্ন বস্তুৰ সংমিশ্রণত বিভিন্ন ধৰণে তৈয়াৰ কৰা হয় আৰু ইয়াক সেৱন কৰিলে নৈতিকভাৱে নিন্দনীয় আৰু ধার্মিকভাৱে পাপ বুলি ধৰা হয়

उदाहरण : তেওঁ ্ সদায় গধূলি মদ খাই ঘৰলৈ উভতে

पर्यायवाची : অৰিষ্ট, আসৱ, দ্রাক্ষাৰস, মদ, মদিৰা, মদ্য, সুৰা, সোমৰস

अर्थ : ৰোগ দূৰ কৰিবলৈ খোৱা বা লোৱা দ্রৱ্য:নিয়মিতভাৱে ঔষধ খালে বেমাৰ ভাল হয়

उदाहरण :

पर्यायवाची : ঔষধ, ঔষধ-পাতি, দাৱাই, দৰৱ, দৰৱ-পাতি, দৱাই, ভেষজ

अर्थ : গছৰ শুকাই যোৱা স্থূল অংগ

उदाहरण : আচ-বাব বনোৱা কামতে কাঠ বেছিকৈ ব্যৱহাৰ কৰা হয়

पर्यायवाची : কাঠ, কাষ্ঠ

चौपाल