पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দিশ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দিশ   বিশেষ্য

अर्थ : ক্ষেত্রীয় বৃত্তৰ কোনো এটিফালে প্রসাৰিত হৈ থকা চাৰিভাগৰ যিকোনো এটা ভাগ

उदाहरण : মোৰ ঘৰ ইয়াৰ পৰা উত্তৰ দিশত আছে বতাহৰ দিশ সলনি হৈ গৈছে

पर्यायवाची : দিশা

अर्थ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

उदाहरण : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

पर्यायवाची : অংশ, পক্ষ, বিভাগ

अर्थ : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ

उदाहरण : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ

पर्यायवाची : অংশ, ফাল

अर्थ : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ

उदाहरण : আপোনাৰ কোন ফালে যাবলগীয়া আছে

पर्यायवाची : কাষ, পিন, ফাল

चौपाल