पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দিয়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দিয়া   ক্ৰিয়া

अर्थ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

उदाहरण : আমি দুগোল দিলোঁ

पर्यायवाची : কৰা, বনোৱা

अर्थ : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য

उदाहरण : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে

पर्यायवाची : উৰি দিয়া, জাপি দিয়া

अर्थ : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

उदाहरण : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

पर्यायवाची : আৰোপ কৰা, লগোৱা

अर्थ : কাৰোবাক কিবা হস্তান্তৰ কৰা???

उदाहरण : অধ্যাপকজনে তেওঁক পুৰস্কাৰ দিছে

पर्यायवाची : প্রদান কৰা

अर्थ : কাৰোবাক দুখী কৰা বা কাৰোবাৰ হানি কৰা

उदाहरण : পুতেকে নিজৰ ঘৰ এৰি মাক-দেউতাকক বহুত দুখ দিলে

अर्थ : * সুলভ বা উপল্্ব্ধ কৰা

उदाहरण : কʼৰবালৈ অহা-যোৱা কৰিবৰ কাৰণে আমি বাহনো দি্ওঁ

पर्यायवाची : উপল্্ব্ধ থকা, প্রদান কৰা, সুলভ থকা

चौपाल