सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : হ্রস্বৰ তুলনাত কিছু দীঘলীয়াকৈ উচ্চাৰণ কৰা স্বৰ
उदाहरण : ঔমত দী্র্ঘ স্বৰ আছে
पर्यायवाची : দী্র্ঘ স্বৰ
अर्थ : অধিকভাৱে প্রসাৰিত
उदाहरण : দীঘল ৰাস্তাটো খোজ কাঢ়ি কাঢ়ি লʼৰা-ছোৱালীবোৰে ভাগৰি পৰিছে
पर्यायवाची : দীঘল, লম্বা
अर्थ : বেছি সময় লগা
उदाहरण : বহু শ্্ব্দটোত 'হু'ৰ উচ্চাৰণ দী্র্ঘ
पर्यायवाची : দীঘলীয়া
इंस्टॉल करें