सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো উচিত, আৱশ্যক বা ভাললগা কথা নোহোৱাৰ কাৰণে মনত হোৱা দুখ
उदाहरण : মই আপোনাৰ কামটো সময়মতে কৰিব নোৱাৰাৰ বাবে দুখিত
पर्यायवाची : অনুতাপ, আফচোচ, ক্ষোভ, খেদ, গ্লানি, দুঃখ, দুখ, দুখিত
अर्थ : যি কষ্টত আছে
उदाहरण : তেওঁৰ ্ কষ্টদায়ক অৱস্থা মই চাব নোৱাৰো
पर्यायवाची : কষ্টকৰ, কষ্টদায়ক, দুখার্ত, দুখিত, যন্ত্রণাদায়ক, ্কাতৰ
इंस्टॉल करें