पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দুখ দিয়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দুখ দিয়া   ক্ৰিয়া

अर्थ : কাৰোবাৰ মর্ম্্স্থানত আঘাত লগাকৈ কোনো কথা কোৱা বা কাম কৰা

उदाहरण : শাহুৱেকে গালি পাৰি বোৱাৰীয়েকৰ মনত দুখ দিলে

पर्यायवाची : আঘাত দিয়া

अर्थ : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে

उदाहरण : অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে

पर्यायवाची : কষ্ট দিয়া

अर्थ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া

उदाहरण : বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে

पर्यायवाची : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া

अर्थ : কোনো পদার্থৰ ্অভাৱৰ পৰা দুখ ওপজা কার্য

उदाहरण : নি্র্বাচনৰ সময়ত নেতাই প্রতিশ্রুতি দিয়ে আৰু জিকাৰ পিছত দুখ দিয়ে

पर्यायवाची : প্রলোভন দিয়া, ব্যাকুল কৰা

चौपाल