अर्थ : কাৰোবাৰ মর্ম্্স্থানত আঘাত লগাকৈ কোনো কথা কোৱা বা কাম কৰা
उदाहरण :
শাহুৱেকে গালি পাৰি বোৱাৰীয়েকৰ মনত দুখ দিলে
पर्यायवाची : আঘাত দিয়া
अर्थ : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে
उदाहरण :
অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে
पर्यायवाची : কষ্ট দিয়া
अर्थ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
उदाहरण :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
पर्यायवाची : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া
अर्थ : কোনো পদার্থৰ ্অভাৱৰ পৰা দুখ ওপজা কার্য
उदाहरण :
নি্র্বাচনৰ সময়ত নেতাই প্রতিশ্রুতি দিয়ে আৰু জিকাৰ পিছত দুখ দিয়ে
पर्यायवाची : প্রলোভন দিয়া, ব্যাকুল কৰা