अर्थ : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু এগুণ অধিক মাত্রাৰ এক পৰিমাণ
उदाहरण :
দুইৰ দুগুণ চাৰি
अर्थ : যিমান থাকে আৰু সিমান
उदाहरण :
যোৱা কিছু বছৰত মোৰ গাঁৱত নিবনুৱা দুগুণ বাঢ়িল
अर्थ : যিমান আছে তাৰ সমপৰিমাণৰ আৰু অধিক
उदाहरण :
এই দোকানীজনে কিছুমান বস্তু দুগুণ দামত বিক্রী কৰি আছে