पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দুমুখীয়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দুমুখীয়া   বিশেষণ

अर्थ : দুখন মুখ থকা বা যাৰ দুখন মুখ আছে

उदाहरण : যাক দুমুখীয়া সাপ বুলি কোৱা হয় বাস্তৱতে সেইয়া দুমুখীয়া সাপ নাথাকে

अर्थ : কোনো কাজিয়া আদিত দুয়োপক্ষৰ ফালৰ পৰা যিজনক নিয়োজিত কৰা হয়

उदाहरण : আমি দুমুখীয়া ব্যক্তিৰ ওপৰত বিশ্বাস কৰা উচিত নহয়

पर्यायवाची : দুফলীয়া

अर्थ : দেখাত চিধা-চাধা আৰু ভোলা কিন্তু বাস্তৱত মহা ধূর্ত

उदाहरण : সন্তোষ এটা দুমুখীয়া মানুহ

पर्यायवाची : তলগুজীয়া, দোমাদলীয়া

अर्थ : দুটা কথা কোৱা বা দুই ধৰণৰ আচৰণ কৰা মানুহ

उदाहरण : দুমুখীয়া মানুহৰ ওপৰত মোৰ খং উঠে

अर्थ : যাৰ দুখন মুখ আছে

उदाहरण : বাজীকৰে মানুহক দুমুখীয়া সাপ দেখুৱালে

चौपाल