सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
उदाहरण : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
पर्यायवाची : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুৰূহ, সুকঠিন
अर्थ : যিটো কৰিবলৈ কঠিন
उदाहरण : হিমালয় পর্বত আৰোহণ কৰাটো কার্য
पर्यायवाची : দুঃসাধ্য, দুৰূহ
अर्थ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
उदाहरण : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
पर्यायवाची : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুৰূহ, বিচল
इंस्टॉल करें