पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দূত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দূত   বিশেষ্য

अर्थ : কোনো ৰাজ্য বা দেশৰ ফালৰ পৰা অন্য ৰাজ্য বা দেশলৈ পঠোৱা বা নিযুক্ত দূত বা বার্তাবাহক

उदाहरण : পাকিস্তান ওপৰত ভালেকেইবাৰ ৰাষ্ট্রদূতক অপমান কৰাৰ আৰোপ লগোৱা হৈছে

पर्यायवाची : ৰাজদূত, ৰাজপ্রতিনিধি, ৰাষ্ট্রদূত

अर्थ : কোনো বিশেষ কার্য কৰিবলৈ বা খবৰ দিবৰ কাৰণে কʼৰবালৈ পঠোৱা ব্যক্তি

उदाहरण : ভগৱান ৰামে অংগদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠিয়াইছিল

पर्यायवाची : কটকী, চৰ, টেকেলা

चौपाल