सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : প্রমাণ বা সাক্ষীহিচাপে লোৱা লেখা আদিৰ কোনো অংশ
उदाहरण : এই উদাহৰণটো ৰামচৰিত মানসৰ পৰা লোৱা হৈছে
पर्यायवाची : উদাহৰণ, উপমা
अर्थ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
उदाहरण : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
पर्यायवाची : আর্হি, উদাহৰণ, নজিৰ, নমুনা, নিদ্্র্শন
अर्थ : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ
उदाहरण : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি
पर्यायवाची : উদাহৰণ, নমুনা
इंस्टॉल करें