पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দেশভক্ত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দেশভক্ত   বিশেষ্য

अर्थ : যিজনে হৃদয়ৰ পৰা নিজ দেশৰ উন্নতি কামনা কৰে আৰু কল্যাণ হোৱাটো বিচাৰে আৰু তাৰ উন্নতিৰ হকে প্রয়াস চলায়

उदाहरण : আজাদ, ভগত সিঙৰ দৰে দেশভক্তসকলে স্বাধীনতাৰ কাৰণে আত্মবলিদান দিছিল

দেশভক্ত   বিশেষণ

अर्थ : যি নিজ দেশক ্সঁ্চা অন্তৰেৰে ভালপাই আৰু উন্নতি হোৱাটো বিচৰাৰ লগতে নিজেও দেশৰ উন্নতিৰ হকে কাম কৰে

उदाहरण : সেই দেশভক্ত সৈনিকজনে মৃত্যুৰ আগলৈকে সীমান্তত যুঁজ দি থাকিল

चौपाल