पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দৈর্ঘ্য शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দৈর্ঘ্য   বিশেষ্য

अर्थ : ধৰাতলৰ পৰা একেবাৰে ওপৰৰ ফালে প্রসাৰিত বা ওপৰৰ পিনলৈ বিস্তাৰিত:কুতুব মিনাৰৰ উচ্চতা বহুত বেছি তেওঁ ্ মোৰ ভাইটিৰ সমান ওখ

उदाहरण :

पर्यायवाची : উচ্চতা, ওখ, দীঘ, দীর্ঘতা

अर्थ : দী্র্ঘ ্বা দীঘল হোৱা অৱস্থা বা ভাৱ

उदाहरण : আপুনি বিৰহিণীৰ বিৰহ কালৰ দী্র্ঘ্্তাৰ অনুমান লগাব পাৰিবনে?

पर्यायवाची : দী্র্ঘ্্তা

अर्थ : এটা মূৰৰ পৰা আনটো মূৰলৈকে সমান্তৰাল বিস্তাৰ বা যিকোনো এঠাইৰ সকলোতকৈ দীঘল ক্ষেত্রীয় বিস্তাৰ

उदाहरण : এই ঠাইখিনিৰ ্ দৈর্ঘ্য প্রস্থৰ দুগুণ

पर्यायवाची : দীর্ঘতা

चौपाल