सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সোণ-ৰূপ বা অন্য মূল্যবান সম্পদ আদি:ধনৰ সদ্-ব্যৱহাৰ কৰিব লাগে
उदाहरण :
पर्यायवाची : অর্থ, অর্থ-কড়ি, টকা-কড়ি, টকা-সিকা, দৌলত, ধন-দৌলত, ধন-বিত, ধন-সম্পত্তি, ধন-সোণ, বিত, বিত্ত, বৈভৱ, লক্ষ্মী, ্ ঐশ্বর্য, ্ ঐশ্বর্য-বিভূতি, ্ টকা-পইচা
अर्थ : লেন-দেন আদি বিশেষ কামৰ কাৰণে দিয়া বা প্রাপ্য নিশ্চিত ধন
उदाहरण : বেংকৰ পৰা এতিয়ালৈকে আপুনি কিমান ধন লাভ কৰিছে
पर्यायवाची : ধন ৰাশি, ধনৰাশি
अर्थ : এক প্রকাৰৰ উপযোগী আৰু মূল্যবান বস্তুৰ সমূহ
उदाहरण : আগতে গো ধনৰ পৰাই গোৱাল জাতিৰ সম্পন্নতাৰ আভাস পোৱা গৈছিল
इंस्टॉल करें