पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ধমনী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ধমনী   বিশেষ্য

अर्थ : শৰীৰৰ পৰা কলিজালৈ তেজ অনা-নিয়া কৰা নলী

उदाहरण : বেজে নাড়ী পৰীক্ষা কৰিছে

पर्यायवाची : নাড়ী, শিৰা, সিৰ

अर्थ : হৃদযন্ত্রৰ পৰা বিশুদ্ধ তেজ সমগ্র শৰীৰলৈ কঢ়িয়াই লৈ যোৱা ৰক্তবাহী নলী বিশেষ

उदाहरण : ধমনীত বিশুদ্ধ তেজ চলাচল কৰে

अर्थ : শৰীৰত তন্তুময় সংযোগী শিৰাৰে গঠিত হোৱা সেই নলী যি পেশীক হাড় বা অন্য কোনো ভাগৰ সৈতে সংলগ্ন কৰি ৰাখে

उदाहरण : আমাৰ শৰীৰত গোৰোহাৰ পিছফালে সকলোতকৈ সবল সিৰাডাল আছে

पर्यायवाची : নাড়ী, সিৰা

चौपाल